বাৰ্বী গগৈ
হেঙুলীয়া আকাশখনে কি কয় ?
ডাৱৰ বোৰো কিয় ইমান চলনাময়ী হয় !
মনৰ অস্থিৰতা দূৰ কৰিবলৈ নিঃসংগতাবোৰ প্রিয় হয় ।।
তোমাৰ চকুযুৰিৰ দৰে আকাশৰ নীলাখিনি বেছি প্রিয় হয়।।
Hello, welcome to Onubhobor koroni, a collection of new and old Assamese poems 🙏. নমস্কাৰ, ন-পুৰণি অসমীয়া কবিতাৰ সংগ্ৰহীত ভঁৰাল অনুভৱৰ কৰণিলৈ আপোনাক স্বাগতম 🙏 ।
এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...
No comments:
Post a Comment