দীপজ্যোতি অসম
নিয়ৰতো ৰঙ সনা আৱেগে
পছোৱা হৈ যেতিয়া বলিব ধৰে,
পলকতে হামখুৰি খাই পৰে
মোৰ অবুজ হৃদয়ে ।
নামি অহা আন্ধাৰে
আশাবোৰত চেঁচাপানী ঢালে
তথাপিও হৃদয়ে ধুঁৱলিৰ মাজতো
তোমাক বিচাৰি উজুটি খাই পৰে।
Hello, welcome to Onubhobor koroni, a collection of new and old Assamese poems 🙏. নমস্কাৰ, ন-পুৰণি অসমীয়া কবিতাৰ সংগ্ৰহীত ভঁৰাল অনুভৱৰ কৰণিলৈ আপোনাক স্বাগতম 🙏 ।
এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...
ASSAMESE GK -> VAL LAGIL PORHI
ReplyDelete