Wednesday, April 1, 2020

Assamese poem | অসমীয়া কবিতা | গোপন হৃদয়ৰ বেদনা | gupon hridoyor bedona

 কি আছে এই পৃথিৱীত  ?
মাথোঁ দুখময় চকুলো, দুখময় জীৱন ।
অবুজ হৃদয়ত আছে মাথোঁ প্ৰেৰণা ।
তুমি দিয়া অবাস্তব কল্পনা ।
 স্নিগ্ধ জোনাক নিশা আশা নিৰাশাৰ মাজত
আঁকিছিলোঁ তোমাৰেই ছবি এই হৃদয়ত ।
 উৎসাহিত সপোনে, ৰঙীন যৌৱনে,
আঁকোৱালি লৈছিল মনৰ দাপোনত ।
বিষাদময় অতীতক বান্ধি ললো দৃথকত ।
জীৱনে মৰণে নিৰৱতাৰ মাজত ।



https://onubhoborkoroni.blogspot.com

No comments:

Post a Comment

Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...